Logo
  • Time:

Application Process

The 5-step online admission process at Assam Skill University is seamless and hassle-free.

General Instructions

সাধাৰণ নিৰ্দেশনা:

Candidates are requested to carefully read the instructions provided below:-

  • Review the Prospectus:
  • Thoroughly read the prospectus for detailed information on the course structure, eligibility requirements, and other important details before proceeding with the registration.
  • অনলাইনত আবেদন কৰা প্ৰাৰ্থীসকলে প্ৰস্পেক্টাছখন পৰ্যালোচনা কৰিব পাৰে:
  • আবেদনপত্ৰ পূৰণ কৰাৰ আগতে সুচনা পত্র, যোগ্যতা আৰু শ্ৰেণী অনুসৰি আসনৰ উপলভ্যতা ভালদৰে পঢ়ক।
  • Register for the Portal:
  • Create an account by registering with your personal details.
  • প’ৰ্টেলত পঞ্জীয়ন কৰক:
  • আপোনাৰ ব্যক্তিগত তথ্যৰ সৈতে পঞ্জীয়ন কৰি এটা একাউণ্ট সৃষ্টি কৰক।
  • Login to the Portal:
  • After completing the registration, log in to your account using your credentials (username and password).
  • প’ৰ্টেলত লগ ইন কৰক:
  • পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পাছত, আপোনাৰ ইউজাৰনেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি একাউণ্টত লগ ইন কৰক।
  • Fill Out the Application Form:
  • Once logged in, navigate to the application form section.
  • Complete all required fields in the form carefully and accurately.
  • আবেদনপত্ৰ পূৰণ কৰক:
  • লগ ইন কৰাৰ পাছত, আবেদনপত্ৰ শাখালৈ যাওক।
  • ফৰ্মখনৰ সকলো আৱশ্যক তথ্য সাৱধানে আৰু সঠিকভাৱে পূৰণ কৰক।
  • Keep your passport size photograph, signature and educational documents handy before filling up the application.
  • For photo, ensure the file size is between 30 KB and 100 KB in size, in .jpeg, .jpg, or .png format. Face should be clearly visible in the photo.
  • For signature, ensure the file size is between 30 KB and 100 KB in size, in .jpeg, .jpg, or .png. The signature should in a white background.
  • For Educational and other documents, ensure the file size is between 100 KB and 500 KB, in .pdf, .jpeg, .jpg, or .png format.
  • Complete the Payment:
  • After filling out the application form, proceed to make the payment.
  • পেমেণ্ট সম্পূৰ্ণ কৰক:
  • আবেদনপত্ৰ পূৰণ কৰাৰ পাছত পেমেণ্ট প্ৰক্ৰিয়া আৰম্ভ কৰক।
  • Available payment methods:
  • Credit/Debit Cards
  • NetBanking
  • UPI
  • উপলব্ধ পেমেণ্ট পদ্ধতিসমূহ:
  • ক্ৰেডিট/ডেবিট কাৰ্ড
  • নেটবেংকিং
  • UPI
  • Ensure Full Payment:
  • Incomplete applications or applications without successful payment will be rejected.
  • Double-check that the payment is completed before submitting.
  • সম্পূৰ্ণ মাচুল পৰিশোধ নিশ্চিত কৰক:
  • অসম্পূৰ্ণ আবেদন বা সফল পেমেণ্ট নোহোৱা আবেদন বাতিল কৰা হব।
  • আবেদন জমা দিয়াৰ আগতে পেমেণ্ট সম্পূৰ্ণ হৈছে জানিবলৈ ভালদৰে পৰীক্ষা কৰক।
  • Submit the Application on Time:
  • Complete the application form and payment before the last date to avoid rejection.
  • Late submissions will not be accepted.
  • নির্ধাৰিত সময়ৰ ভিতৰত আবেদন জমা দিয়ক:
  • বাতিল হোৱাৰ পৰা ৰক্ষা পাবলৈ আবেদনপত্ৰ আৰু পেমেণ্ট শেষ তাৰিখৰ আগতে সম্পূৰ্ণ কৰক।
  • শেষ তাৰিখৰ পাছত দাখিল কৰা আবেদন গ্ৰহণযোগ্য নহয়